Top Picnic Place In Assam - Wishingplanet.com

Top Picnic Place In Assam - Wishingplanet.com


Picnic Place In Assam, Picnic Spot In Assam, picnic spot of assam, picnic place of assam

Top Picnic Place In Assam


আপুনি যদি পিকনিক অথৱা বনভূজ যাব বিচাৰি আছে তেতিয়া হলে আমাৰ আজিৰ এই পোষ্টটোৰ পৰা আপুনি যথেষ্ট খিনি উপকৃত হব । বলক সময় নষ্ট নকৰি পিকনিক ঠাই সমূহৰ বিষয়ে আমি জানি লওঁ । আমাৰ অসমৰ বনভূজ যাব পৰা ধুনীয়া ধুনীয়া ঠাই যথেষ্ট সংখ্যক আছে । তাৰে ভিতৰত মই কিছুমান ঠাই আপোনালোকৰ আগত তলত উল্লেখ কৰিছোঁ ।

Hatisila picnic spot

প্ৰথমতে আপোনালোকৰ আগত  Hatisila picnic spot ৰ বিষয়ে দাঙি ধৰিছোঁ লগতে এখন ফটো তলত দিয়া হৈছে আপোনাৰ সুবিধাৰ বাবে ।

hatisila picnic spot guwahati assam
hatisila picnic spot

Chandubi picnic spot

দ্বিতীয়তে chandubi picnic spot ৰ কথা উল্লেখ কৰিছোঁ তাৰ লগত তলত এখন ফটো উল্লেখ কৰি দিছোঁ ।
chandubi picnic spot
chandubi picnic spot

Panimur picnic spot Waterfall / Koka Waterfall

আপোনাক জনাব বিচাৰিম Panimur picnic spot Waterfall / Koka Waterfall এখন বহুত ধুনীয়া ঠাই আপুনি বনভূজ খাবৰ বাবে । মই এই ঠাইত গৈ আহিছোঁ সেয়ে আপোনাক নিশ্চয় কম আপুনিও যাওক যদি এতিয়া লৈ যোৱা নাই । বহুত ধুনীয়া ঠাই হয় ।

Panimur picnic spot Waterfall.jpg
Panimur picnic spot Waterfall

Tegheria picnic spot waterfall

তাৰ পিছত উল্লেখ কৰিছোঁ Tegheria picnic spot waterfall ৰ বিষয়ে । Tegheria picnic spot আমাৰ ক্ষেত্ৰী অঞ্চলত অৱস্থিত । তলত ফটো এখন দিয়া হৈছে আপোনাৰ সুবিধাৰ বাবে।

Tegheria picnic spot
Tegheria picnic spot

আমাৰ ৱেবচাইট আপুনি দৰ্শন কৰিলে তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ । এইধৰণৰ পোষ্ট আপোনাৰ নিজৰ ভাষাত পঢ়িবলৈ আমাৰ ৱেবচাইটোৰ নাম মনত ৰাখিব www.wishingplanet.com

Top Picnic Place In Assam - Wishingplanet.com


Top Picnic Place In Assam - Wishingplanet.com Top Picnic Place In Assam - Wishingplanet.com Reviewed by KD on May 08, 2019 Rating: 5
Powered by Blogger.